আমাৰ বিষয়ে

সাম্প্ৰতিক সময়ত বৃদ্ধি পোৱা  অনলাইন শ্বপিংৰ চাহিদা আৰু আগ্ৰহৰ প্ৰতি লক্ষ্য ৰাখি আৰু অসমৰ চুকে-কোণে গঢ় লৈ উঠা সৰু-বৰ আৰু পৰম্পৰাগত ব্যৱসায়সমূহক সময়ৰ সৈতে খোজ মিলাই যাবলৈ তথা ই-কমাৰ্ছৰ দিশে আগবাঢ়ি যাবলৈ কৰা এক ক্ষূদ্ৰ প্ৰয়াস।

                     ইয়াৰ দ্বাৰা বিশেষকৈ অসমৰ বয়ন শিল্পক বিশ্বদৰবাৰলৈ আগব্ঢ়াই নিয়াৰ চেষ্টা কৰা হৈছে। আশা কৰো এই পদক্ষেপে অসমক ইন্টাৰনেটৰ যোগেদি ব্যৱসায়-বাণিজ্য আগবঢ়াই নিয়াত সফল কৰি তুলিব।

About us

Keeping in mind the demand and interest of online shopping that has increased in recent times and the small and traditional businesses that are building up in the small and traditional world of Assam, it is a small effort to keep up with time and move towards eCommerce.

                                    This is especially trying to move the textile industry of Assam forward to The World Bar. Hope this move will make Assam successful in boosting business through the Internet.